আজি পাঠশালা আজাদ ভৱনত পাঠশালা মহিলা মঞ্চৰ দ্বাৰা আয়োজিত ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনৰ ‘মুকলি সভা’ খনিৰ শুভাৰম্ভ কৰি নথৈ আনন্দিত হৈছোঁ।

অনাগত দিনত, স্বাধীনতা সেনানী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নামত এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা আজি এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ লগতে পাঠশালা মহিলা মঞ্চ আৰু Warriors – এক জাগৰণ নাৰীত্ব (এনজিঅ’) ৰ সদস্যা সকলৰ সহায়-সহযোগিতাৰ কামনা কৰোঁ







