আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত গেৰগেৰিয়া গাঁৱত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰোঁ আৰু তেওঁলোকৰ বিভিন্ন অভাৱ-অভিযোগৰ লগতে সমস্যাসমূহৰ বুজ লওঁ ৷

গৰাখহনীয়াকে আদি কৰি গাঁও খনৰ মুখ্য সমস্যাসমূহৰ ক্ষিপ্ৰ সমাধানৰ বাবে বিহিত ব্যৱস্থা ল’বৰ বাবে ইতিমধ্যেই মই স্থানীয় প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰোঁ ৷






