আজি দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই দক্ষিণ শালমাৰা মানকাচৰস্থিত মানকাচৰ সীমান্ত আৰক্ষী নিৱেশত আয়োজন হোৱা এখনি সভাত ৪৫ নং বেটালিয়ন বিএছএফৰ জোৱান সকলৰ সৈতে মত-বিনিময় কৰে ৷

আজি দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই দক্ষিণ শালমাৰা মানকাচৰস্থিত মানকাচৰ সীমান্ত আৰক্ষী নিৱেশত আয়োজন হোৱা এখনি সভাত ৪৫ নং বেটালিয়ন বিএছএফৰ জোৱান সকলৰ সৈতে মত-বিনিময় কৰে ৷

ইয়াৰোপৰি, তেখেতে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰি সীমা সুৰক্ষাৰ সৈতে সম্পৰ্ক থকা বিভিন্ন বিষয়ৰ বুজ লোৱাৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ মনৰ বুজ লয় ৷

এই কাৰ্যসূচীত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে উপস্থিত থাকি আনন্দিত হ’লো ৷