দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই আজি ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে ৷

দুদিনীয়া বিভিন্ন কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই আজি ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে ৷

এই পৰিদৰ্শন কালত তেখেতে দক্ষিণ শালমাৰা মানকাচৰস্থিত মানকাচৰ সীমান্ত আৰক্ষী নিৱেশ, ৪৫ নং বেটালিয়ন বিএছএফৰ জোৱান সকলৰ সৈতে মত-বিনিময় কৰে ৷

তেখেতৰ এই কাৰ্যসূচীত মই সংগ প্ৰদান কৰাৰ লগতে অসমভূমিলৈ তেখেতক এখনি ফুলাম গামোচাৰে স্বাগতম জনাওঁ ৷