আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখনি পৰ্যালোচনা বৈঠক সম্বোধন কৰোঁ ৷

বৈঠকত বিভাগটোৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভাগৰ অধীনৰ আঁচনি সমূহৰ সঠিক ৰূপায়ণৰ সন্দৰ্ভত বিষয়াবৰ্গৰ সৈতে বিস্তৃত ৰূপত আলোচনা কৰোঁ ৷






