প্ৰতিশ্ৰুতি পূৰণৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সবল খোজ

প্ৰতিশ্ৰুতি পূৰণৰ দিশত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সবল খোজ

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্বোধন কৰা খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ।

ৰাজ্য চৰকাৰৰ ১১ টা বিভাগৰ ২২,৯৫৮ টা পদত নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী প্ৰাৰ্থীক মই আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিছোঁ।

প্ৰতিটো বিভাগত নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থী সকলৰ সংখ্যা হৈছে ক্ৰমেঃ

🏠গৃহ

➡️মুঠ প্ৰাৰ্থীঃ ৮,৮৬৭ গৰাকী

📚শিক্ষা

📝প্ৰাথমিক শিক্ষা

➡️মুঠ প্ৰাৰ্থীঃ ৭,৪২২ গৰাকী

✒️মাধ্যমিক শিক্ষা

➡️মুঠ প্ৰাৰ্থীঃ ৩,৫১৭ গৰাকী

📖উচ্চ শিক্ষা

➡️মুঠ প্ৰাৰ্থীঃ ১২৪ গৰাকী

👨‍👩‍👧‍👦জনস্বাস্থ্য কাৰিকৰী

➡️মুঠ প্ৰাৰ্থীঃ ৩৩০ গৰাকী

💦জল সম্পদ

➡️মুঠ প্ৰাৰ্থীঃ ১০৫ গৰাকী

👨‍👨‍👧সমাজ কল্যাণ

➡️মুঠ প্ৰাৰ্থীঃ ৬৯ গৰাকী

🩺স্বাস্থ্য

➡️মুঠ প্ৰাৰ্থীঃ ২,৪১৯ গৰাকী

👨🏻কৃষি

➡️মুঠ প্ৰাৰ্থীঃ ৫৫ গৰাকী

🌻পৰিৱেশ আৰু বন

➡️মুঠ প্ৰাৰ্থীঃ ২৩ গৰাকী

🛣️লোকনিৰ্মাণ (পথ)

➡️মুঠ প্ৰাৰ্থীঃ ৮ গৰাকী

⛰️খনি আৰু খনিজ পদাৰ্থ

➡️মুঠ প্ৰাৰ্থীঃ ২ গৰাকী

🧑‍🔧শ্ৰমিক কল্যাণ

➡️মুঠ প্ৰাৰ্থীঃ ১৭ গৰাকী

 

আশা কৰিছোঁ, আজিৰ এই বিশেষ দিনটোত নিযুক্তিপ্ৰাপ্ত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ বিভাগত নতুন কৰ্মসংস্কৃতি অনাৰ লগতে সমৰ্পিত মনোভাৱেৰে ৰাইজৰ প্ৰতি সেৱা আগবঢ়াব। লগতে, এখন স্বচ্ছ আৰু নিকা অসম গঢ়াৰ স্বাৰ্থত যোগ্যতা আৰু মেধাভিত্তিত এই নিযুক্তি প্ৰদানৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।