“গুণোৎসৱ’ ২০২৪” ত বজালী জিলাৰ ৪১৭ খন বিদ্যালয়ৰ ২৯,৩১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকণ কৰা হ’ব ৷

“গুণোৎসৱ’ ২০২৪” ত বজালী জিলাৰ ৪১৭ খন বিদ্যালয়ৰ ২৯,৩১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মূল্যাংকণ কৰা হ’ব ৷

সেই উপলক্ষে আজি বজালী জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত মই উপস্থিত থাকি আগন্তুক ৩, ৪, ৫ আৰু ৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লওঁ ৷

May be an image of 8 people and textMay be an image of 12 people

May be an image of text that says "HOX सत्यमेव GUNOTSAV Assam: 2024 গুণোৎসব 1 EVALUATION GUIDELINES Department of School Education Government of Assam Dispur, Guwahati-781006"