October 1, 2020

“শ্ৰদ্ধাৰ কাৰ্যকৰ্তা সকল, আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হওক “

“শ্ৰদ্ধাৰ কাৰ্যকৰ্তা সকল, আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে অহা বিধানসভা নিৰ্বাচনৰ বাবেও সাজু হওক “ আগন্তুক বি টি এ ডি নিৰ্বাচনৰ লগতে বিধানসভা নিৰ্বাচনৰ […]
October 3, 2020

দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ ক’বিন্দ ডাঙৰীয়াক তেখেতৰ ওপজা দিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

দেশৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ ক’বিন্দ ডাঙৰীয়াক তেখেতৰ ওপজা দিনত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ । সু-স্বাস্থ্যৰে সুদীৰ্ঘ কৰ্মময় জীৱনৰ কামনা কৰিছোঁ ।
October 3, 2020

“অসম আৰক্ষী দিৱস”

“অসম আৰক্ষী দিৱস” ১ অক্টোবৰ “অসম আৰক্ষী দিৱস”ৰ এই ঐতিহাসিক উপলক্ষত দেশ মাতৃৰ সেৱাত “অসম আৰক্ষী”ৰ যি সকল বিষয়া আৰু জোৱানে জীৱন আহুতি দিলে, তেখেত সকলক […]
October 3, 2020

অহিংসৰ পূজাৰী, সত্যৰ প্ৰতীক জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷

অহিংসৰ পূজাৰী, সত্যৰ প্ৰতীক জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ৷
October 3, 2020

স্বাধীনতা সংগ্ৰামৰ অন্যতম সংগ্ৰামী নেতা, ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত শ্ৰদ্ধাৰে স্মৰন কৰিছোঁ।

স্বাধীনতা সংগ্ৰামৰ অন্যতম সংগ্ৰামী নেতা, ভাৰতৰত্ন, প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী দেৱক তেখেতৰ জন্মদিৱসত শ্ৰদ্ধাৰে স্মৰন কৰিছোঁ। তেখেতৰ কৰ্ম- আদৰ্শ, সততা, সৰলতা আৰু বিচক্ষণতা সদায়েই দেশবাসীৰ […]
October 3, 2020

প্ৰথিতযশা প্ৰাত:স্মৰণীয় অসমীয়া ক্ৰ’মে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে,ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কমলেশ্বৰ বৰা আৰু বিশিষ্ট সাংবাদিক তিলক হাজৰিকা দেৱৰ জন্ম দিৱসত তেখেত সকলক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ ।

আজি তিনি গৰাকী প্ৰথিতযশা প্ৰাত:স্মৰণীয় অসমীয়া ক্ৰ’মে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে,ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য অধ্যাপক কমলেশ্বৰ বৰা আৰু বিশিষ্ট সাংবাদিক তিলক হাজৰিকা দেৱৰ জন্ম […]