April 30, 2020

“অসমৰ সমূহ বি পি এল দৰিদ্ৰ-নাৰায়ণক “আয়ুষ্মান ভাৰত” আঁচনিৰে উপকৃত কৰিবৰ বাবে সকলো আগুৱাই আহিব লাগিব ।”

  আজি তৃতীয় “আয়ুষ্মান ভাৰত” দিৱস । এই ঐতিহাসিক উপলক্ষত দেশক আয়ুষ্মান কৰাৰ মহান কৰ্মত ব্ৰতী চিকিৎসা খণ্ডৰ লগত জড়িত প্ৰতি জন ব্যক্তিলৈ অযুত শুভেচ্ছা জ্ঞাপন […]
June 16, 2020

আনন্দৰাম ঢেকিয়াল ফুকন দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পন কৰিছোঁ।

আপ্ৰাণ চেষ্টাৰে অসমীয়া ভাষাক অসমত পুন: প্ৰৱৰ্তন কৰোৱা, বিশিষ্ট সাহিত্যিক আনন্দৰাম ঢেকিয়াল ফুকন দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পন কৰিছোঁ।
August 24, 2020

দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি সৎ-বলিষ্ঠ যুৱনেতা কমল কৃষ্ণ দাস ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ বাতৰিত মই অতি মৰ্মাহত হৈছোঁ ।

ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে অতি নিষ্ঠা, সততা আৰু দ্বায়বদ্ধতাৰে নিৰন্তৰ সেৱা আগবঢ়াই অহা দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা,ভাৰতীয় জনতা পাৰ্টি,দক্ষিণ কামৰূপ জিলাৰ কিষাণ […]
August 24, 2020

পৱিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তবৃন্দক ভক্তিভৰা সেৱা আৰু শুভকামনা জনাইছোঁ।

পৱিত্ৰ গণেশ চতুৰ্থীৰ শুভক্ষণত ভক্তবৃন্দক ভক্তিভৰা সেৱা আৰু শুভকামনা জনাইছোঁ। প্ৰভু গণেশ দেৱৰ কৃপাৰ বলত সকলোৰে জীৱন সুখ- সম্প্ৰীতি- শান্তিৰে ভৰি উঠক।
October 29, 2020

প্ৰয়াত দাসৰ গৃহত আজি মোৰ সহিতে অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত দত্ত, যুৱ মৰ্চাৰ সভাপতি অনুপ বৰ্মণ আৰু বিশ্বনাথ জিলা সভাপতি দিগন্ত ঘাটোৱাৰ উপস্থিত থাকে৷

সদ্যপ্ৰয়াত বৰগাং জিলা পৰিষদৰ সদস্য তথা বিহালী মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জনজ্যােতি দাসৰ বাসগৃহত আজি উপস্থিত হৈ তেখেতৰ পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনক এনেকুৱা এক শোকাৰ্ত মুহূৰ্তত সমবেদনা জ্ঞাপন […]