“মাতৃ দিৱস”ত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ ।

“আইৰ সমান হ’ব কোন
নৈৰ সমান ব’ব কোন”

প্ৰতিগৰাকী মাতৃৰ সু স্বাস্থ্য কামনা কৰিছোঁ ।

আৱেগ আৰু মমতাৰ আকৰ হ’ল ‘মাতৃ’।
জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা অাৰু সু স্বাস্থ্যৰ কামনা কৰিছোঁ ।
আজি মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত মাতৃ সকলৰ আশীবাৰ্দ কামনা কৰিছোঁ ।