“বিশ্ব নাৰ্চ দিৱস”

“বিশ্ব নাৰ্চ দিৱস” উপলক্ষে এই মহান সেৱাৰ সৈতে জড়িত সকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা,কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ ।”

মানৱ সেৱাৰ বাবে সদায় ত্যাগ,কষ্ট কৰি থকা তথা সেৱা মনোভাৱেৰে সাজু থকা ‘নাৰ্চ’ সেৱাৰ সৈতে জড়িত সকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ ।
স্বাস্থ্য খণ্ডৰ প্ৰত্যাহ্বানৰ সময়ত সদায় অশেষ ত্যাগ আৰু কষ্টেৰে মানৱ সেৱাত ব্ৰতী থকা এই সেৱাৰ কৰ্মী সকলে ক’ভিড-১৯ ৰ যুঁজ খনত সেনানী ৰূপে মানৱ জাতিৰ কল্যাণৰ বাবে সম্প্ৰতিও অশেষ ত্যাগেৰে সেৱা আগবঢ়াই আছে। তেওঁলোকক পুনৰ অশেষ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাইছোঁ ।

#InternationalNursesDay