আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
“আত্মনিৰ্ভৰতাৰ এই নতুন যুগ আমাৰ নতুন পণ হ’ব । নতুন দৃঢ়তাৰে আমি আগুৱাব লাগিব ।” : মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া
আমি আত্মনিৰ্ভৰশীল হৈ নতুন পণৰে আগুৱাব লাগিব। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই।
মোৰ দৃঢ় বিশ্বাস প্ৰধান মন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তই আমাৰ নিজা সম্পদৰ চাহিদা আৰু অধিক বৃদ্ধি কৰাৰ লগতে নিশ্চিত ভাবে সক্ষমতা বৃদ্ধি কৰিব আমাৰ অৰ্থনীতি, আন্ত:গাঁথনিৰ ।