দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি সৎ-বলিষ্ঠ যুৱনেতা কমল কৃষ্ণ দাস ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ বাতৰিত মই অতি মৰ্মাহত হৈছোঁ ।

ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি শক্তিশালী কৰাৰ বাবে অতি নিষ্ঠা, সততা আৰু দ্বায়বদ্ধতাৰে নিৰন্তৰ সেৱা আগবঢ়াই অহা দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা,ভাৰতীয় জনতা পাৰ্টি,দক্ষিণ কামৰূপ জিলাৰ কিষাণ মৰ্চাৰ সন্মানীয় সভাপতি সৎ-বলিষ্ঠ যুৱনেতা কমল কৃষ্ণ দাস ডাঙৰীয়াৰ
আকস্মিক বিয়োগৰ বাতৰিত মই অতি মৰ্মাহত হৈছোঁ ।

তেখেতৰ পূণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ

তেখেতৰ বিয়োগ দলৰ বাবে এক অপূৰণীয় ক্ষতি । নেতা গৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ-আত্ম-স্বজন-গুণমুগ্ধলৈ গভীৰ সমবেদনা জনাইছোঁ ।