আজি পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।

আজি পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা মহাবিদ্যালয় পৰিচালনা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।

মহাবিদ্যালয়খনৰ শৈক্ষিক ক্ষেত্ৰত উত্তৰণৰ বাবে আন্তঃগাঁথনিকে ধৰি আন কেতবোৰ আনুষংগিক বিষয়ত পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলৰ সৈতে মত-বিনিময় কৰোঁ। লগতে, অনাগত দিনত মহাবিদ্যালয় খনৰ সামগ্ৰিক উন্নীতকৰণৰ ক্ষেত্ৰত মোৰ তৰফৰ পৰা যথাসম্ভৱ সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ।

Attended an important meeting at Nirmal Haloi College, Patacharkuchi, with the college management committee.

Interacted with the officials regarding the infrastructure & other issues of the college. Promised to extend my support in its overall progress in the educational field.