সদ্যপ্ৰয়াত বৰগাং জিলা পৰিষদৰ সদস্য তথা বিহালী মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জনজ্যােতি দাসৰ বাসগৃহত আজি উপস্থিত হৈ তেখেতৰ পৰিয়ালবৰ্গ তথা আত্মীয়-স্বজনক এনেকুৱা এক শোকাৰ্ত মুহূৰ্তত সমবেদনা জ্ঞাপন কৰোঁ৷ আশা ৰাখিছো ভগৱন্তই তেখেতসকলক ধৈৰ্য আৰু সাহস প্ৰদান কৰক যাতে আপোনজনৰ বিচ্ছেদ সহ্য কৰিব পাৰে৷







