বাক্সা জিলাত দলীয় সাংগঠনিক কাম-কাজ সমূহ সামৰি আজি উপস্থিত হওঁ চিৰাং জিলাত।
বাক্সা জিলাত দলীয় সাংগঠনিক কাম-কাজ সমূহ সামৰি আজি উপস্থিত হওঁ চিৰাং জিলাত।
চিৰাং জিলাত উপস্থিত হৈ কাজলগাওঁ স্থিত
আৱৰ্ত ভৱনত বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া, সদস্যৰ সৈতে বৈঠকত মিলিত হওঁ৷ প্ৰতিজনৰে সৈতে মত বিনিময় কৰি তেখেতসকলৰ অভাৱ- অভিযোগ সমূহৰ বুজ ল’লো।
অনাগত সময়ত তেখেতসকলৰ অভাৱ- অভিযোগসমূহ অতি কম সময়ৰ ভিতৰত নিষ্পত্তি কৰিবলৈ আন্তৰিকতাৰে প্ৰচেষ্টা ল’ম।