চিৰাং জিলাত দলীয় সাংগঠনিক কাম-কাজ সমূহ সামৰি আজি ওদালগুৰিত উপস্থিত হওঁ৷
চিৰাং জিলাত দলীয় সাংগঠনিক কাম-কাজ সমূহ সামৰি আজি ওদালগুৰিত উপস্থিত হওঁ৷
ওদালগুৰিৰ আৱৰ্ত ভৱনত ৩০ টাকৈও অধিক বিভিন্ন অৰাজনৈতিক দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া তথা সদস্যৰ সৈতে বৈঠকত মিলিত হওঁ৷ তেখেতসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন অভাৱ- অভিযোগ সমূহৰ বুজ ল’লো। অতি শীঘ্ৰেই তেখেতসকলৰ অভাৱ- অভিযোগসমূহ নিষ্পত্তি কৰাৰ চেষ্টা কৰিম বুলি আশ্বাস প্ৰদান কৰিছো৷

