পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী মণ্ডলৰ ২১ নং বুথ সমিতিৰ বুথ সভাত কাৰ্যকৰ্তা সকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ #মন_কি_বাত অনুষ্ঠানত ৷

পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী মণ্ডলৰ ২১ নং বুথ সমিতিৰ বুথ সভাত কাৰ্যকৰ্তা সকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ #মন_কি_বাত অনুষ্ঠানত ৷

আজি পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী মণ্ডলৰ অন্তৰ্গত ২১ নং বুথ সমিতিৰ বুথ সভা সম্বোধন কৰোঁ ৷ বুথ সমিতিৰ কাৰ্যকৰ্তা সকলৰ সৈতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আকাশবাণীত প্ৰচাৰিত হোৱা মন কি বাত অনুষ্ঠান শুনো ৷ মন কি বাত অনুষ্ঠানে কাৰ্যকৰ্তা সকলক ৰাইজৰ সেৱা আগবঢ়াবলৈ যথেষ্ট উৎসাহ আৰু অনুপ্ৰেৰণা যোগায় ৷ উক্ত বুথ সভাত মোৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰনাথ শৰ্মা, সাংসদ কুইন ওজা আৰু গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰণীয়া উপস্থিত থাকে ৷