আজি টিহু, মাখিবাহা পঞ্চায়ত, জলখানা পঞ্চায়ত আদি বিভিন্ন অঞ্চলৰ কেইবাগৰাকীও মৃতকৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰোঁ ৷

আপোনজনক হেৰুৱাই শোকবিহ্বল হৈ থকা পৰিয়ালৰ সদস্য সকলক এই দুখৰ সময়খিনিত এষাৰি মাত দিয়াৰ লগতে তেখেতসকলক ধৈৰ্য আৰু সাহস প্ৰদান কৰিবৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাওঁ ৷
মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি মই গভীৰ সমবেদনা জ্ঞাপন কৰি পৰলোকপ্ৰাপ্তি হোৱা আটাইকেইগৰাকী ব্যক্তিৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰোঁ ৷