মাননীয় শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পঞ্চায়ত প্ৰতিনিধি সকলে পাবলগীয়া পাৰিতোষিক বকেয়া ধনৰ কথা উল্লেখ কৰাৰ পিছতে তেখেতে তৎকালীনভাৱে বিত্ত বিভাগক পুঁজি মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে ৷

মাননীয় শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ অনুৰোধ ৰক্ষা কৰি ক্ষিপ্ৰতাৰে পুঁজি মুকলি কৰি দিয়া বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্ত বিভাগক শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ৷