দেশৰ বীৰ সন্তান গৰাকীক আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।

“স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ, সেইটো আমি আনিহে এৰিম” এই অভয় বাণীৰে ব্ৰিটিছৰ আধিপত্যৰ ভেটিক প্ৰত্যাহ্বান জনাইছিল লোকমান্য বাল গংগাধৰ তিলক দেৱে। May be an image of 1 person and textতেখেতৰ ত্যাগ, সাহস আৰু অপৰিসীম দেশ প্ৰেম সদায় দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস।

আজি জন্মবাৰ্ষিকীত ভাৰত গৌৰৱ, দেশৰ বীৰ সন্তান গৰাকীক আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।