ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি মাননীয় ভবেশ কলিতা ডাঙৰীয়াক তেখেতৰ জন্মদিনত আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ।
ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰণৰ ক্ষেত্ৰত সুচাৰুৰূপে নিজ দায়িত্ব পালন কৰি যাবলৈ ঈশ্বৰে তেখেতক শক্তি প্ৰদান কৰক । তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।