মই দলৰ সভাপতি হিচাবে কাৰ্যনিৰ্বাহ কৰি থাকোঁতে বুথৰ সভাপতিৰ ঘৰলৈ গৈ সংগঠনৰ পৰ্যালোচনা কৰিছিলোঁ, এতিয়া পঞ্চায়তৰ মন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰাৰ পিছত পঞ্চায়ত প্ৰতিনিধি সকলৰ ঘৰলৈ গৈ পঞ্চায়ত খনৰ পৰ্যালোচনা কৰোঁ
তাৰ পৰিপ্ৰেক্ষিততে, আজি কেবিনেট বৈঠক সমাপ্ত হোৱাৰ পিছত জোনাই বিধান সভা সমষ্টিৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মধ্য চিচিটঙানি গাঁও পঞ্চায়তৰ সভাপতি শ্ৰী ধৰ্মেন্দ্ৰ কুটুমৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ সৈতে মত বিনিময় কৰোঁ আৰু পঞ্চায়ত খনৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত পৰ্যালোচনা কৰোঁ ৷
এই কাৰ্যসুচীত মোৰ সৈতে মুখ্য সচিব, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, খণ্ড উন্নয়ন বিষয়া, পঞ্চায়তৰ সম্পাদক উপস্থিত থাকে ৷
As the Minister of P&RD, I like to work closely with Panchayat representatives.
Under my special initiative, I visited the residence of Shri Dharmendra Kutum, President, Madhya Sisitongani GP under Sissiborgaon Dev. Block of Dhemaji Dist & reviewed the progress & performance.