আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বাঘমাৰা গড় বজাৰস্থিত বৃহৎ পৰিমাণৰ দুগ্ধ শীতলীকৰণ যন্ত্ৰটি (Bulk Milk Cooler) পৰিদৰ্শন কৰাৰ লগতে উৎপাদিত দুগ্ধৰ গুণগত মানদণ্ডৰ সম্পৰ্কে বুজ লওঁ ৷

আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বাঘমাৰা গড় বজাৰস্থিত বৃহৎ পৰিমাণৰ দুগ্ধ শীতলীকৰণ যন্ত্ৰটি (Bulk Milk Cooler) পৰিদৰ্শন কৰাৰ লগতে উৎপাদিত দুগ্ধৰ গুণগত মানদণ্ডৰ সম্পৰ্কে বুজ লওঁ ৷

উল্লেখ্যযোগ্য যে, এই যান্ত্ৰিক পদ্ধতিৰ জৰিয়তে স্থানীয় বজাৰ সমূহত দুগ্ধৰ সুচল ব্যৱস্থা আৰু খৰতকীয়া প্ৰেৰণ নিশ্চিত হ’ব ৷ ইয়াৰ ফলত, স্থানীয় ৰাইজ উপকৃত হ’ব বুলি মোৰ দৃঢ়বিশ্বাস ৷

Visited the Bulk Milk Cooler, where large quantities of milk are cooled for milk production process, located at Baghmara Garh Market under Patacharkuchi.

It ensures smooth production & distribution to the local markets. Confident that it will greatly benefit the local people.

CMO AssamMyGov AssamMyGovIndiaFood, Civil Supplies & Consumer Affairs, Govt. of AssamDepartment of Consumer Affairs, Government of India