মীন পালন আৰু পানী সংৰক্ষণৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাত সহযোগিতা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ

মীন পালন আৰু পানী সংৰক্ষণৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাত সহযোগিতা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত, গাঁও পঞ্চায়ত আৰু গ্ৰাম সভাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে গাঁওবাসীৰ সমস্যাবোৰ মূল্যায়ন কৰাত সহায় কৰে আৰু সেই সমস্যা সমূহ স্থিৰভাৱে সমাধান কৰাত সহযোগিতা আগবঢ়ায় ৷

পঞ্চদশ বিত্ত আয়োগৰ অধীনৰ ২০২০-২১ বিত্তীয় বৰ্ষত মৰিগাঁও জিলাৰ মায়ং উন্নয়ন খণ্ডৰ অন্তৰ্গত ঝাৰগাঁও গাঁও পঞ্চায়তৰ কঠালগুৰি বিলমাৰা পথাৰত মীন পালন কৰিবলৈ পুখুৰী নিৰ্মাণ কৰা হৈছে ৷ মুঠ ২০১২৭৫০.০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই পুখুৰীত সম পৰিমাণৰ মজুৰি প্ৰদান কৰা হৈছে ৷

এই আঁচনিৰ ৰূপায়ণৰ ফলত হ’বলগীয়া লাভালাভ সমূহঃ-

✅ স্থানীয় ৰাইজে কৃষি কৰ্মৰ বাবে খেতি পথাৰত ব্যৱহাৰ কৰিবলৈ পানী লাভ কৰি লাভান্বিত হৈছে ৷

✅ জলজ সম্পদৰ পৰা বহনক্ষম জৈৱিক, সামাজিক আৰু অৰ্থনৈতিক লাভ অৰ্জন কৰিছে ৷

✅ স্থানীয় জব কাৰ্ড হিতাধিকাৰীয়ে মজুৰি লাভ কৰি লাভান্বিত হৈছে ৷

✅ মীন পালনেৰে আৰ্থিক ভাৱে লাভান্বিত হৈছে ৷

✅ মুঠ ৯৪৫০ টা কৰ্মদিন সৃষ্টি হৈছে ৷

উল্লেখযোগ্য যে, মহাত্মা গান্ধী এনৰেগাৰ অধীন নিৰ্মাণ হোৱা এই পুখুৰীটোয়ে ২০০ বিঘাতকৈ অধিক কৃষিভূমিক সামৰি লৈছে আৰু প্ৰায় ১৩০ টা পৰিয়ালক উপকৃত কৰিছে ৷ এই পুখুৰীটোৱে প্ৰতি বছৰে প্ৰায় ১৫ টন মাছ উৎপন্ন কৰিব ৷

May be an image of 2 people and text that says "আত্মনির্ব অসম গড়াৰ প্রত্যাশা, পঞ্কায়ত আবু গ্রামোন্নয়নব অবিবত যাত্রা গাবব দুখীয়া জনসাধাবণব বাবে জীবিকা নির্বাহব সুবিধা সৃষ্টি কবা, দবিদ্রতা নির্মূলকবণ, সামাজিক সুবক্ষা তথা দুখীয়া জনসাধাবণব আর্থ-সামাজিক বিকাশব বাবে পঞ্চায়ত আকু গ্রামোন্নয়ন বিভাগে কর্ম সম্পাদন কবি আহিছে। መን TATHTA HITACHI TATA"

Under the Panchayat and Rural Development (P&RD) Department, the Gaon Panchayats and Gram Sabhas play a vital role. They help assess the issues of the villagers and take initiatives that allow them to grow sustainably.

I am glad to bring forth the initiative of public fishery construction taken by the Gram Sabha at Kathalguri Bilimara Pathar of Jhargaon GP, Mayong Block under Morigaon DRDA, in order to ensure easy access to water for agricultural purposes, fish farming & water conservation. The total wage alloted for the project was Rs. 20,12,750 for the financial year 2020-21, and implemented through the job card holders of the village.

The scheme led to the following positive impacts:

• Easy access to water for agriculture and fish farming

• Sustainable biological, social and economic benefits through fishery management

• 130 households to benefited through 200 bighas of land under MGNREGA

• A total of 9450 Mandays/work days generated as a result

Noteworthy that currently the fish tank generates nearly 15 tonnes of fish per year.

The development scheme under P&RD affirms the welfare of the people leading to their overall growth.