আজি গোৱালপাৰা সংমণ্ডলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থান ক্ষুদ্ৰ পানী যোগান’ আঁচনিখনৰ শুভ উদ্বোধন কৰি উৎসাহিত হৈছোঁ।

আজি গোৱালপাৰা সংমণ্ডলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থান ক্ষুদ্ৰ পানী যোগান’ আঁচনিখনৰ শুভ উদ্বোধন কৰি উৎসাহিত হৈছোঁ।

May be an image of 5 people, people standing and outdoors

গ্ৰামাঞ্চলৰ ঘৰে ঘৰে পৰ্যায়ক্ৰমে ‘জল জীৱন মিছন’ আঁচনিখন সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত প্ৰয়োজনীয় প্ৰতিটো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে।

May be an image of 3 people, people standing and outdoors

আজি শুভ উদ্বোধন কৰা এই আঁচনিখনে অঞ্চলবাসী ৰাইজৰ লগতে সূৰ্য্য পাহাৰ মহাপীঠ দৰ্শন কৰিবলৈ অহা দেশ-বিদেশৰ দৰ্শনাৰ্থী সকলক খোৱা পানী যোগানৰ ক্ষেত্ৰত লাভান্বিত কৰিব ৷

May be an image of 2 people and indoor

#JJM reaches far and wide Pleased to inaugurate the Sri Sri Surya Pahar Mahapeethsthan Mini PWSS under the PHE Dept in Goalpara division. We are certain the scheme will benefit the people of the region & the tourists who visit this historic holy place.