আজি বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সভাৰ যোগেদি ক’ভিডত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ‘প্ৰাৰ্থনা আঁচনি’ ৰ জৰিয়তে ২.৫০ লাখ টকাৰ চেক বিতৰণ কৰোঁ ৷
মই আশা ৰাখিছোঁ, তেখেত সকলৰ পৰিয়ালবৰ্গক ভগৱানে অধিক সাহস আৰু মনোবল প্ৰদান কৰক যাতে তেওঁলোকে আগন্তুক দিনত নিজৰ পৰিয়ালক আগুৱাই নিব পাৰে ৷ এয়া মোৰ ভগৱানৰ ওচৰত সৰল প্ৰাৰ্থনা ৷
In a meeting held at DC office, Barpeta, distributed cheques worth ₹2.50 L under the ‘Prarthana Scheme’ initiated by Hon’ble CM Dr Himanta Biswa Sarma Dangoria.
Hope the aid will provide strength to move forward to the next of kin of the people who lost their lives to Covid-19.