‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তিনিটা ভোটকেন্দ্ৰৰ ভোটাৰ সকলৰ এশ শতাংশ ক’ভিড-১৯ টিকাকৰণ সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিলোঁ

‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তিনিটা ভোটকেন্দ্ৰৰ ভোটাৰ সকলৰ এশ শতাংশ ক’ভিড-১৯ টিকাকৰণ সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিলোঁ

আজি ধুবুৰী জিলাত ‘হৰ ঘৰ দস্তক’ অভিযানৰ জৰিয়তে ক’ভিড টিকাকৰণ নিশ্চিত কৰা বুথকেন্দ্ৰ সমূহ হৈছে –

✅ বুথৰ নং – ২৩০

বুথৰ নাম – বিদ্যাপাৰা ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়

✅ বুথৰ নং – ২৩১

বুথৰ নাম – কলেজ নগৰ ছোৱালী মধ্য ইংৰাজী বিদ্যালয়

✅ বুথৰ নং – ২২৮

বুথৰ নাম – বি.এন মহাবিদ্যালয়

আজিৰ এই কাৰ্যসূচীত মোৰ সৈতে ধুবুৰী জিলাৰ উপায়ুক্ত, স্বাস্থ্য বিভাগৰ যুটিয়া সঞ্চালক আৰু দলৰ জিলা সভাপতি গৰাকী উপস্থিত থাকে ৷

Har Ghar Dastak amplifies our resolve for a universal immunization.

Glad to announce the 100% vaccination of voters of 3 polling stations under Dhubri LAC, namely Booth Nos. 230, 231 & 228.

Attendees include the DC of Dhubri Dist, Joint Director (NHM,Dhubri) & Dist President of the party.