September 19, 2020

“সেৱা সপ্তাহ“ত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা অসমৰ থলুৱা গীত-মাত, কৃষ্টি- সংস্কৃতিক সম্ভ্ৰান্ত কৰা, অসমৰ যাউতিযুগীয়া পৰম্পৰাক সমৃদ্ধিশালী কৰা অসমৰ ভিন্ন প্ৰান্তৰ সন্মানীয় কিছু নিৰ্বাচিত শিল্পীক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৭০ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশজুৰি অনুষ্ঠিত হৈ থকা “সেৱা সপ্তাহ“ত আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ […]
September 19, 2020

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ দেৱৰ যোৱানিশা ৮৫ বছৰ বয়সত দেহাৱসান ঘটে৷

ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন উপ-সভাপতি বিৰেন্দ্ৰ কুমাৰ গগৈ দেৱৰ যোৱানিশা ৮৫ বছৰ বয়সত দেহাৱসান ঘটে৷ ৰাজ্যিক বিজেপিৰ সাংগঠনিক ভেটি দূৰ্বল হৈ থকাৰ সময়ত তেতিয়াৰ সভাপতি ৰমেন […]
September 19, 2020

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা আয়োজন কৰা ই-বুক শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰো৷

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা আয়োজন কৰা ই-বুক শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰো৷ ডিজিটেল মাধ্যম ভিডিঅ কনফাৰেঞ্চ যোগে ই-বুকৰ শুভ উন্মোচন কৰে প্ৰাক্তন […]
September 20, 2020

নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক, ভাৰত ত্যাগ আন্দোলনৰ সময়খিনিত বঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া, বীৰাংগনা, শ্বহীদ ভোগেশ্বৰী ফুকননীক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ সংগঠক, ভাৰত ত্যাগ আন্দোলনৰ সময়খিনিত বঢ়মপুৰত স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া, বীৰাংগনা, শ্বহীদ ভোগেশ্বৰী ফুকননীক স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।