August 6, 2020

মহান নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীৰ মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ৷

অবিস্মৰণীয় কৰ্মদক্ষতা আৰু উৎসৰ্গিত মনোভাৱেৰে দেশৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মহান নেত্ৰী সুষমা স্বৰাজ ডাঙৰীয়ানীয়ে বলিষ্ঠ ভূমিকা পালন কৰিছিল ৷ আজি মহান নেত্ৰী গৰাকীৰ […]
August 7, 2020

প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, ইন্দ্ৰধেনুৰ কবি ডিম্বেশ্বৰ নেওগ দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পন কৰিছোঁ।

প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, ইন্দ্ৰধেনুৰ কবি ডিম্বেশ্বৰ নেওগ দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পন কৰিছোঁ।
August 10, 2020

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস

ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে এই শিল্পৰ সৈতে জড়িত শিল্পীসকলক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জনাইছোঁ৷ হস্ততাঁত শিল্পীসকলৰ যাদুকৰী দুহাতত আৰ্কষণীয় ৰূপত অপূৰ্ব সৌন্দৰ্যৰে প্ৰাণ পাই উঠা […]
August 10, 2020

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ নিযুক্ত সন্মানীয় মুখপাত্ৰ সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ নৱ নিযুক্ত সন্মানীয় মুখপাত্ৰ সকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনাসৱে দলৰ মুখপাত্ৰ দ্বায়িত্ব আন্তৰিকতাৰে গ্ৰহণ কৰি দলৰ কাম ৰাইজৰ মাজলৈ নিষ্ঠা […]
August 10, 2020

“#ৰক্ত_দানৰ_জৰিয়তে_প্লাজমা_দান_কৰক“

“#ৰক্ত_দানৰ_জৰিয়তে_প্লাজমা_দান_কৰক“ “ক’ভিড-১৯“ত আক্ৰান্ত হৈ সুস্থ হোৱা লোকসকলকক প্লাজমা দান কৰি আক্ৰান্ত আন লোকৰ জীৱন ৰক্ষা কৰিবলৈ মই আন্তৰিক অনুৰোধ জনাইছোঁ ৷ আপোনাসৱৰ এই দানে কাৰোৱাৰ জীৱন […]
August 10, 2020

“বিশ্বৰ খিলঞ্জীয়া সকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস”ত অসম তথা দেশ-বিদেশৰ ভূমিপুত্ৰ সকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ ।

“বিশ্বৰ খিলঞ্জীয়া সকলৰ আন্তঃৰাষ্ট্ৰীয় দিৱস”ত অসম তথা দেশ-বিদেশৰ ভূমিপুত্ৰ সকললৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ । এই দিৱসত ৰাজ্য খনৰ লগতে দেশ-বিদেশৰো খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ ন্যাৰ্য […]