October 23, 2021নাগ্ৰিজুলীৰ বজাৰত জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰনাগ্ৰিজুলীৰ বজাৰত জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰিজুলীৰ স্থানীয় বজাৰত ব্যৱসায়ী, গ্ৰাহক তথা স্থানীয় ৰাইজৰ সৈতে আগন্তুক উপ-নিৰ্বাচনৰ বিজেপি, ইউপিপিএল আৰু অগপৰ […]
October 23, 2021আজি নাগ্ৰিজুলী বজাৰস্থিত ব্যৱসায় প্ৰতিষ্ঠান সমূহত উপস্থিত হৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰোঁ ৷আজি নাগ্ৰিজুলী বজাৰস্থিত ব্যৱসায় প্ৰতিষ্ঠান সমূহত উপস্থিত হৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰোঁ ৷ যিহেতু ব্যৱসায়িক ব্যস্ততাৰ বাবে ক্ৰেতা বিক্ৰেতা সকলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব নোৱাৰে, […]
October 23, 2021৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শুক্লাই চেৰফাঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সমৰ্থনে জলেন দৈমাৰীৰ নিশ্চিত বিজয়ৰ উমান দিলে৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শুক্লাই চেৰফাঙৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ বিপুল সমৰ্থনে জলেন দৈমাৰীৰ নিশ্চিত বিজয়ৰ উমান দিলে আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি ৫৮ নং […]
October 23, 2021৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰঙাজুলিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী জলেন দৈমাৰীৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লওঁ ।তামুলপুৰৰ আকাশে-বতাহে এতিয়া বিজেপি মিত্ৰজোঁটৰ বিজয়ধ্বনি, তামুলপুৰৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰাৰ জলেন দৈমাৰী হ’ব সেনাপতি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰঙাজুলিত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব […]
October 23, 2021প্ৰতিশ্ৰুতি পূৰণেৰে কৰ্মমুখী যাত্ৰাৰে …প্ৰতিশ্ৰুতি পূৰণেৰে কৰ্মমুখী যাত্ৰাৰে … মটঙা বজাৰত আজি ক্ৰেতা-বিক্ৰেতা সকলৰ মনৰ কথা বুজ লৈ নিৰ্বাচনী প্ৰচাৰ কৰা মুহূৰ্তত …