November 5, 2021

“এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগণ ৷৷”

“এই পৃথিৱী এক ক্ৰীড়াংগনক্ৰীড়া হ’ল শান্তিৰ প্ৰাংগণ ৷৷” আজি টিহুত ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী যুৱ মৰ্চা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ডাঃ চন্দ্ৰকান্ত তালুকদাৰ সোঁৱৰণী প্ৰাইজমাণি […]
November 5, 2021

” সেৱাই ধৰ্ম, সেৱাই কৰ্ম, সেৱাই মুলমন্ত্ৰ”

” সেৱাই ধৰ্ম, সেৱাই কৰ্ম, সেৱাই মুলমন্ত্ৰ” ৰাইজৰ স্নেহৰ মাজত পোৱা পৰম উপলব্ধিয়েই, ৰাইজৰ হিতৰ বাবে নিৰন্তৰ সেৱা কৰাৰ অমল শক্তি
November 6, 2021

আত্মনিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম

আত্মনিৰ্ভৰ নাৰী – আত্মনিৰ্ভৰ অসম অসমৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ মহিলা সকলৰ ভূমিকা উল্লেখনীয় ৷ কিয়নো, অসমৰ নাৰী যথেষ্ট পৰিশ্ৰমী আৰু আত্মনিৰ্ভৰশীল ৷ যোৱা কিছুদিন আগতে মই […]
November 7, 2021

ঘৰে ঘৰে সুচল খোৱাপানী,

ঘৰে ঘৰে সুচল খোৱাপানী,সফল ৰূপায়ণৰ দিশে পানী যোগান আঁচনি জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান ঘৰুৱা টেপৰ সংযোগ ০৬/১১/২০২১ তাৰিখে ১,৯১৮ বৰ্তমানলৈকে অসমত স্থাপিত মুঠ সংযোগ […]
November 7, 2021

“ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয় নহয় মাথোঁ প্ৰতিযোগিতা (এক) সুন্দৰ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা।”

“ক্ৰীড়া মাথোঁ খেল-ধেমালি নহয়নহয় মাথোঁ প্ৰতিযোগিতা(এক) সুন্দৰ সবল জাতি গঠনতক্ৰীড়াই কৰে সহযোগিতা।” ধৰমতলা ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যােগত আৰু “অসম ভলীবল মিছন ১০০” ৰ সৌজন্যত ব্ৰহ্মপুত্ৰ ভলীবল […]
November 9, 2021

অদম্য সাহসেৰে জাতীয় জীৱনক সম্ভ্ৰান্ত কৰি যোৱা জাতীয় বীৰপুৰুষ সকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ অনন্য পদক্ষেপ

অসম সচিবালয়ত আগন্তুক দিনত প্ৰাচীন কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা, আহোম স্বৰ্গদেউ চাওলুং চ্যু-কা-ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ’ব ৷ তাৰপৰিপ্ৰেক্ষিতত আজি প্ৰতিমূৰ্তি […]