September 20, 2020দেশৰ হকে নিজৰ প্ৰাণ উচৰ্গা কৰা, বীৰাংগনা শ্বহীদ কুমলী দেৱীক স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।দেশৰ হকে নিজৰ প্ৰাণ উচৰ্গা কৰা, বীৰাংগনা শ্বহীদ কুমলী দেৱীক স্মৃতি দিৱসত সশ্ৰদ্ধ প্ৰণিপাত জনাইছো
September 20, 2020দেশৰ হকে আত্মবলিদান দিয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ, বীৰাংগনা কনকলতা বৰুৱাক স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷দেশৰ হকে আত্মবলিদান দিয়া, ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ, বীৰাংগনা কনকলতা বৰুৱাক স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ৷ দুৰ্বাৰ সাহস, অফুৰন্ত মনোবল তথা গভীৰ দেশপ্ৰেমৰ আদৰ্শই […]
September 20, 2020পোন প্ৰথমবাৰৰ বাবে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসমৰ ১লাখ ৫৩ হাজাৰ দিব্যাংগ ব্যক্তিক বছৰি ১২ হাজাৰ টকা আৰ্থিক সাৰ্হায প্ৰদান কৰি তেখেত সকলক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিছে৷ভাৰত বৰ্ষৰ ১২৫ কোটি জনসাধাৰণৰ ভিতৰত ২ কোটি ৪৮ লাখ দিব্যাংগ লোক আমাৰ দেশত আছে৷ তেখেত সকলো সমাজৰ একো একোটা অংগ, দেশৰ শক্তি৷ দেশত থকা বিশাল […]
September 22, 2020আন্তৰ্জাতিক শান্তি দিৱস(International Day of Peace)আন্তৰ্জাতিক শান্তি দিৱস(International Day of Peace) বিশ্বত শান্তি প্ৰতিষ্ঠা কৰা তথা হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰাৰ মানসৰে পালন কৰা আন্তৰ্জাতিক শান্তি দিৱসত বিশ্বৰ […]
September 22, 2020মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোনোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে কৰা দলৰ অনান্য কাৰ্যকৰ্তাৰ সেৱাৰ প্ৰতি আৰ্কষিত হৈ আজি ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে যোগদান কৰে অসমৰ কেইবাগৰাকী শিল্পী আৰু ভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত কেইবাগৰাকী ব্যক্তিয়ে।ভাৰতীয় জনতা পাৰ্টিৰ নীতি- আৰ্দশৰ প্ৰতি আৰ্কষিত হৈ নিৰন্তৰ নতুন নতুন ব্যক্তিয়ে যোগদান কৰি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু সোনোৱাল চৰকাৰৰ জনকল্যানমূলক কাম, সৰ্মপিত মনোভাৱৰে […]
September 22, 2020ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মৰিগাঁও সমষ্টিৰ দন্দুৱা মণ্ডলৰ গেৰাখোৱা গাঁৱৰ বতেশ্বৰ শইকীয়া দেৱৰ কালি নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মৰিগাঁও সমষ্টিৰ দন্দুৱা মণ্ডলৰ গেৰাখোৱা গাঁৱৰ বতেশ্বৰ শইকীয়া দেৱৰ কালি নিশা পৰলোকপ্ৰাপ্তি ঘটে৷ তেখেতৰ মৃত্যুৰ বাতৰি পাই মৰ্মাহত হৈছো ৷ তেখেতৰ […]