September 28, 2020

বোকাখাত সমষ্টিৰ বিজেপি দলৰ প্ৰতিষ্ঠাকালৰ মূল ব্যক্তি তথা বৰ্তমানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভূ দেৱ ডাঙৰীয়াৰ আজি কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈছো৷

বোকাখাত সমষ্টিৰ বিজেপি দলৰ প্ৰতিষ্ঠাকালৰ মূল ব্যক্তি তথা বৰ্তমানৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শম্ভূ দেৱ ডাঙৰীয়াৰ আজি কৰ’নাত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটাৰ বাতৰি পাই শোকত ম্ৰিয়মান হৈছো৷ […]
September 28, 2020

দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম প্ৰভাৱশালী বিপ্লবী, দেশ প্ৰেমিক শ্বহীদ ভগৎ সিং দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে সাহস আৰু ত্যাগৰ প্ৰতীক। আজি বিপ্লৱী গৰাকীৰ পূণ্য জন্মবাৰ্ষিকীত তেখেতক গভীৰ শ্ৰদ্ধা জনাইছোঁ।

দেশৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম প্ৰভাৱশালী বিপ্লবী, দেশ প্ৰেমিক শ্বহীদ ভগৎ সিং দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে সাহস আৰু ত্যাগৰ প্ৰতীক। আজি বিপ্লৱী গৰাকীৰ পূণ্য জন্মবাৰ্ষিকীত তেখেতক গভীৰ […]
September 28, 2020

চিৰ সেউজ কণ্ঠশিল্পী, ভাৰতৰত্ন, সন্মানীয় লতা মংগেশকাৰ ডাঙৰীয়ানীক তেখেতৰ জন্মদিনৰ শুভক্ষণত আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ।

চিৰ সেউজ কণ্ঠশিল্পী, ভাৰতৰত্ন, সন্মানীয় লতা মংগেশকাৰ ডাঙৰীয়ানীক তেখেতৰ জন্মদিনৰ শুভক্ষণত আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। কেইবাদশক ধৰি যাদুকৰী কন্ঠই কোটি কোটি লোকক মোহাচন্ন কৰি প্ৰেৰণা […]
September 29, 2020

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ ডাঙৰীয়ানীৰ মৃত্যু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশেষ ক্ষতি ।

অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমুৰ ডাঙৰীয়ানীৰ মৃত্যু ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বিশেষ ক্ষতি । প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ […]
September 29, 2020

চট্টিছগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ৰমন সিং ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পদত অধিষ্ঠিত হোৱাত আমি অতিশয় আনন্দিত৷ ৰমন সিং জীক মোৰ আন্তৰিক অভিনন্দন তথা শুভকামনা যাচিলোঁ৷

চট্টিছগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ৰমন সিং ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি পদত অধিষ্ঠিত হোৱাত আমি অতিশয় আনন্দিত৷ ৰমন সিং জীক মোৰ আন্তৰিক অভিনন্দন তথা শুভকামনা […]
September 30, 2020

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লাভ কৰা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ গত কাৰ্যকালৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সন্মানীয় মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ প্ৰধান কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱন”ৰ সভাকক্ষত ভা জ পা,অসম প্ৰদেশৰ তৰফৰ পৰা উষ্ণ সম্বৰ্ধনা জনোৱা হয় ।

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব লাভ কৰা ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ গত কাৰ্যকালৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সন্মানীয় মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ […]