November 18, 2020

“নলবাৰীত দলীয় যুৱ মৰ্চা কাৰ্যকৰ্তা সকলৰ উষ্ম অভিবাদনত মই আনন্দিত হৈছো৷”

#ধন্যবাদ_নলবাৰীঃ “নলবাৰীত দলীয় যুৱ মৰ্চা কাৰ্যকৰ্তা সকলৰ উষ্ম অভিবাদনত মই আনন্দিত হৈছো৷”
November 19, 2020

প্ৰয়াত মহেশ মেধি ডাঙৰীয়াৰ পূণ্য আত্মাক মোৰ গভীৰ শ্ৰদ্ধা জনাইছো ৷ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো যাতে তেখেতৰ আত্মাই বৈকুণ্ঠত স্থান লাভ কৰে৷ লগতে তেখেতৰ পৰিয়াল বৰ্গ তথা আত্মীয়-কুটুমলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷

১৯৭৭ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘলৈ মোক আকৃষ্ট কৰা মুল ব্যক্তিজনেই আছিল প্ৰয়াত মহেশ মেধি ডাঙৰীয়া ৷ মেধি ডাঙৰীয়া সেই সময়ৰ অবিভক্ত কামৰূপ জিলাৰ প্ৰচাৰক আছিল ৷ […]
November 19, 2020

নলবাৰী জিলাত ভাৰতীয় জনতা পাৰ্টিৰ বিশেষ সাংগঠনিক সভাত আজি উপস্থিত থাকি, দলৰ কাৰ্যকৰ্তা সতীৰ্থসকলৰ সৈতে দলৰ সাংগঠনিক দিশ আৰু আগন্তুক নিৰ্বাচন সম্পৰ্কত আলোচনা কৰোঁ ।

নলবাৰী জিলাত তিনিটা সমষ্টিত যি দলৰে বিধায়ক সৰ্বাধিক জয় লাভ কৰে সেইদলেই পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ দৃষ্টান্ত আমি দেখি আহিছো ৷ যোৱাবাৰো ভাৰতীয় জনতা পাৰ্টিৰ […]
November 22, 2020

আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতে এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷

আজি গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতে এখনি সভাত অংশগ্ৰহণ কৰোঁ ৷ আজিৰ এই সভাত আগন্তুক বিটিএডিৰ পৰিষদীয় […]
November 22, 2020

দলীয় কামত দিল্লীলৈ অহাৰ বাবে আজি পুৱা দেশৰ ৰাজধানীৰ দিল্লীৰ ৰাজপথত সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা দেৱৰ সৈতে প্ৰাতঃভ্ৰমণ কৰোঁ ৷

#নিৰ্বাচনলৈ_সম্ভৱত 136 দিন বাকী আছে… #Countdown চলি আছে …. দলীয় কামত দিল্লীলৈ অহাৰ বাবে আজি পুৱা দেশৰ ৰাজধানীৰ দিল্লীৰ ৰাজপথত সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা […]
November 22, 2020

সূৰ্য আৰাধনাৰে অনুষ্ঠিত ষট পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ ষট পূজাৰ এই পবিত্ৰ ক্ষণে সকলোকে ন আশাৰে, ন উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ক৷

সূৰ্য আৰাধনাৰে অনুষ্ঠিত ষট পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ৷ ষট পূজাৰ এই পবিত্ৰ ক্ষণে সকলোকে ন আশাৰে, ন উদ্যমৰে কাম কৰাৰ প্ৰেৰণা আৰু শক্তি দিয়ক৷ সকলোৰে সু […]