December 14, 2020অনুপম সাংস্কৃতিক বৈভৱ আৰু এক কর্মঠ-যুঁজাৰু শক্তিৰে বলবান তিৱাসকলৰ সর্বাংগীন উন্নয়ণৰ বাবে সদাসংকল্পবদ্ধ ভাৰতীয় জনতা পার্টি আজি তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ ২৭নংকাকীসমষ্টিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰী দেৱৰ হৈ নিৰ্বাচনী সভা সম্বোধন কৰোঁ ৷অনুপম সাংস্কৃতিক বৈভৱ আৰু এক কর্মঠ-যুঁজাৰু শক্তিৰে বলবান তিৱাসকলৰ সর্বাংগীন উন্নয়ণৰ বাবে সদাসংকল্পবদ্ধ ভাৰতীয় জনতা পার্টি আজি তিৱা স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ #২৭নংকাকীসমষ্টিৰ প্ৰাৰ্থী #সুভাষ_বসুমতাৰী দেৱৰ হৈ […]
December 14, 2020বৈচিত্ৰময় ঐতিহ্যৰে অসমীয়া সমাজ জীৱনৰ ভেঁটি সৰ্বদা শক্তিশালী কৰি অহা তিৱা ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ প্ৰগতিৰ বাবে নিৰন্তৰ আমি সেৱা কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ।বৈচিত্ৰময় ঐতিহ্যৰে অসমীয়া সমাজ জীৱনৰ ভেঁটি সৰ্বদা শক্তিশালী কৰি অহা তিৱা ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ প্ৰগতিৰ বাবে নিৰন্তৰ আমি সেৱা কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। সমাগত তিৱা পৰিষদীয় নিৰ্বাচনৰ হেতু […]
December 15, 2020তিনিবছৰ প্ৰতীক্ষাৰ পিছত কাৰ্যকৰ্তাসকলৰ বাবে বিটিচিত আজিৰে পৰা বিজেপিৰ মিত্ৰদলৰ চৰকাৰ ৷ ধন্য ধন্য বিটিচিৰ কাৰ্যকৰ্তা, ধন্য ধন্য বিটিচিবাসী ৰাইজ ৷তিনিবছৰ প্ৰতীক্ষাৰ পিছত কাৰ্যকৰ্তাসকলৰ বাবে বিটিচিত আজিৰে পৰা বিজেপিৰ মিত্ৰদলৰ চৰকাৰ ৷ ধন্য ধন্য বিটিচিৰ কাৰ্যকৰ্তা, ধন্য ধন্য বিটিচিবাসী ৰাইজ ৷ তিনিবছৰ আগতে আমাৰ একমাত্ৰ এমচিএল […]
December 15, 2020আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা “চৰ্দাৰ বল্লভ ভাই পেটেল”ক তেখেতৰ স্মৃতিদিৱসত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ঐক্যবদ্ধ ভাৰত গঢ়াৰ অন্যতম খনিকৰ জন আমাৰ সকলোৰে বাবে সদায় সাহস, শক্তি, প্ৰেৰণা।আধুনিক ভাৰতৰ অন্যতম নিৰ্মাতা “চৰ্দাৰ বল্লভ ভাই পেটেল”ক তেখেতৰ স্মৃতিদিৱসত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ঐক্যবদ্ধ ভাৰত গঢ়াৰ অন্যতম খনিকৰ জন আমাৰ সকলোৰে বাবে সদায় সাহস, শক্তি, প্ৰেৰণা।
December 15, 2020বিটিচিৰ মিত্ৰজোঁটৰ নতুন পাৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকে ধৰি মিত্ৰজোঁটৰ প্ৰতিগৰাকী সদস্যক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷বিটিচিৰ মিত্ৰজোঁটৰ নতুন পাৰিষদখনৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াকে ধৰি মিত্ৰজোঁটৰ প্ৰতিগৰাকী সদস্যক আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷কোকৰাঝাৰত অনুষ্ঠিত বিটিচিৰ নতুন কাৰ্যবাহী পৰিষদৰ […]
December 16, 2020অদম্য সাহস, ত্যাগ আৰু পৰাক্ৰমৰে দেশমাতৃক সদায় সুৰক্ষা দি অহা ভাৰতীয় সেনাৰ বীৰ সন্তান সকলক আজি “বিজয় দিৱস”ত শতসহস্ৰ প্ৰণাম জনাইছোঁ।অদম্য সাহস, ত্যাগ আৰু পৰাক্ৰমৰে দেশমাতৃক সদায় সুৰক্ষা দি অহা ভাৰতীয় সেনাৰ বীৰ সন্তান সকলক আজি”বিজয় দিৱস”ত শতসহস্ৰ প্ৰণাম জনাইছোঁ।