July 27, 2021

সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক ৷

#সুপ্ৰভাতঃ সকলোকে পুৱাৰ সম্ভাষণ জনাই দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আশা কৰিছোঁ আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক ৷
July 27, 2021

ভাৰতৰত্ন ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।

একবিংশ শতিকাৰ দেশৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, আধুনিক ভাৰত নিৰ্মাণৰ অন্যতম খনিকৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ । তেখেতৰ অমূল্য অৱদান […]
July 28, 2021

দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যুবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

#সুপ্ৰভাত দেশভক্ত তৰুণৰাম ফুকন দেৱৰ মৃত্যুবাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতৰ দেশভক্তি, কৰ্মপ্ৰেৰণা আৰু সাহসী-সংগ্ৰামী জীৱন গাঁথা আমাৰ সকলোৰে বাবে সাহস আৰু প্ৰেৰণাৰ অন্যতম সোপান স্বৰূপ […]
July 28, 2021

“ইমান অলপতে বিচলিত হ’লেতোমাৰ বাৰু কেনেকৈ চলে?শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।” শব্দৰ অনন্য যাদুৰে হীৰু দাই অসমীয়া কবিতাক অন্যতম কৰি ৰাখিছে। তেখেতৰ অমূল্য অৱদানে অসমীয়া […]
July 28, 2021

কালি সন্ধিয়া ৭.৫৫ বজাৰ পৰা প্ৰচাৰিত হোৱা DY365 ৰ জনপ্ৰিয় অনুষ্ঠান “সিদ্ধান্ত”ৰ যোগেদি কাৰ্যবাহী সম্পাদক ড° কুমুদ দাসে কৰা বহু প্ৰশ্নৰ উত্তৰত মই দিয়া মন্তব্য সমূহ আপোনালোকলৈ আগবঢ়ালো ৷

সিদ্ধান্ত  DY365 “জীৱনত যদি প্ৰত্যাহ্বানেই নাথাকে তেতিয়াহ’লে সেই জীৱনটোৰ কোনো অৰ্থ নাই ৷ কিয়নো প্ৰত্যাহ্বান থাকিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি ৷ মই আশাবাদী, মোৰ পাঁচোটা […]
July 29, 2021

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷

#সুপ্ৰভাতঃ সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ বিটিআৰৰ নিৰ্বাচনৰ পিছত, মন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি প্ৰথমবাৰৰ […]