August 31, 2021আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিৰ ইতিহাসপ্ৰসিদ্ধ ৩০০ বছৰ পুৰণি ‘সাৰ্বজনীন গৰখীয়া থান’ দৰ্শন কৰি মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাওঁ।“হৰি নাম কীৰ্তনৰ নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম কীৰ্তন কৰন্তে হোৱে সিদ্ধি” আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিৰ […]
August 31, 2021আজিৰ তাৰিখত সমগ্ৰ ৰাজ্যতে ২,০০,০০০ তকৈ অধিক পৰিয়ালৰ ঘৰত পানী যোগান সংযোগ স্থাপন কৰা হৈছে ৷ এইয়া আমাৰ বাবে এক বৃহৎ সফলতাপূৰ্ণ অভিলেখ ৷মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অভিলাষী আঁচনি ‘জল জীৱন মিছন’ ৰ শুভাৰম্ভ কৰোঁ, অভিলেখ স্থাপন কৰি ৰাজ্যত আজি ২,০০,০০০ তকৈ অধিক পৰিয়াললৈ খোৱা পানীৰ সংযোগ আজি জনস্বাস্থ্য কাৰিকৰী […]
September 1, 2021সকলোকে পুৱাৰ সম্ভাষণ জনাই এটি নতুন দিনলৈ স্বাগতম জনাইছোঁ ৷#সুপ্ৰভাত #GoodMorning সকলোকে পুৱাৰ সম্ভাষণ জনাই এটি নতুন দিনলৈ স্বাগতম জনাইছোঁ ৷ ৰাতিপুৱাৰ নিৰ্মল বতাহজাকৰ সান্নিধ্য লৈ প্ৰাতঃভ্ৰমণ আৰু শৰীৰচৰ্চা কৰি দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷ আপোনালোকেও […]
September 2, 2021আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক আৰু মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷#সুপ্ৰভাতঃ “মুক্তিত নিস্পৃহ যিটো, সেহি ভকতক নমো ৰসময়ী মাগোহো ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি॥” ত্ৰিজগতৰ পতি, পৰম কৰুণাময় প্ৰভু ভগৱন্তৰ […]
September 2, 2021আজি ২ ছেপ্টেম্বৰ, ২০২১ তাৰিখে মই অংশগ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহ –আজি ২ ছেপ্টেম্বৰ, ২০২১ তাৰিখে মই অংশগ্ৰহণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীসমূহ –
September 2, 2021চন্দ্ৰপুৰৰ তাতিমাৰাত “মাল্টি ভিলেজ আঁচনি”ৰ স্থান পৰিদৰ্শন কৰি অহা মাঘবিহুৰ আগে আগে ১০,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ নিশ্চিতি প্ৰদান কৰোঁ ৷চন্দ্ৰপুৰৰ তাতিমাৰাত “মাল্টি ভিলেজ আঁচনি”ৰ স্থান পৰিদৰ্শন কৰি অহা মাঘবিহুৰ আগে আগে ১০,০০০ পৰিয়ালক খোৱা পানীৰ সংযোগ প্ৰদান কৰাৰ নিশ্চিতি প্ৰদান কৰোঁ এই প্ৰকল্পটোৰ জৰিয়তে ১২,০০০ […]