August 3, 2020সমূহ ইছলামধৰ্মী ৰাইজক পবিত্ৰ ঈদুজ্জোহাৰ আন্তৰিক শুভকামনা জনাইছোঁ।সমূহ ইছলামধৰ্মী ৰাইজক পবিত্ৰ ঈদুজ্জোহাৰ আন্তৰিক শুভকামনা জনাইছোঁ। ত্যাগ আৰু ভাতৃত্ববোধৰ পবিত্ৰ উৎসৱটিয়ে কঢ়িয়াই আনক শান্তি, সম্প্ৰীতিৰ বতৰা।
August 3, 2020ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কৰ প্ৰতীক “ৰাখী-বন্ধন”ৰ এই পৱিত্ৰ উপলক্ষত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ“येन बद्धो बलिराजा दानवेन्द्रो महाबल:। तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥” অৰ্থাৎ “মহান দানৱৰাজ বলীৰজাক যি ৰক্ষা-সূত্ৰৰে বন্ধা হৈছিল;ময়ো সেই একেই ৰক্ষা-সূত্ৰই বান্ধিছোঁ […]
August 3, 2020অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালীৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজৰ প্ৰাণ বিৰ্সজন দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালীৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত উপস্থিত হৈ বীৰ শ্বহীদগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি […]
August 5, 2020স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।
August 5, 2020প্ৰভূ শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন হ’ব ৷ গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক সন্ধিয়ালৈ নিজ গৃহত এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনালোঁ“ओम, मुझे पृथ्वी पर ध्यान करने दो वह जो सब को प्रदान करता है, हमें बहुतायत से आशीर्वाद देता है, और पृथ्वी की देवी को मेरा […]
August 5, 2020সুদীৰ্ঘকালৰ অপেক্ষাৰ অন্ত পেলাই প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নিৰ্মাণ হ’ব ৰামমন্দিৰ৷সুদীৰ্ঘকালৰ অপেক্ষাৰ অন্ত পেলাই প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি অযোধ্যাত নিৰ্মাণ হ’ব ৰামমন্দিৰ৷ ৫ আগষ্টৰ আজিৰ এই বিশেষ দিনটোত ৰামমন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰিলে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী […]