September 5, 2021

চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ তেখেতৰ পুণ্য জন্মতিথিত সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।

#সুপ্ৰভাতঃ #GoodMorning “গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম তস্মৈশ্ৰী গুৰুৱে নম: ৷৷” চিন্তাবিদ, দাৰ্শনিক, দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱলৈ তেখেতৰ […]
September 6, 2021

আপোনালোকৰ আজিৰ দিনটো শুভ হওঁক আৰু মংগলময় হওঁক ৷

#সুপ্ৰভাত #GoodMorning “কৰ্মই আমাৰ ধৰ্ম”। নিজ নিজ কৰ্ম নিষ্ঠাৰে কৰি যোৱাটোৱেই আমাৰ সমগ্ৰ জীৱনৰ ধৰ্ম আৰু পুণ্য। অবিৰত ভাৱে সেয়ে আমি নিজৰ কৰ্ম কৰি যাবই লাগিব। […]
September 8, 2021

সকলোৰে কুশল-মংগল কামনা কৰি তেৰাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ৷

#সুপ্ৰভাতঃ দিনটোৰ কাৰ্যসূচীৰ বাবে নিজক সাজু কৰিবলৈ পুৱাই এই সময়কণত প্ৰাতঃভ্ৰমণ আৰু যোগাসনেৰে আৰম্ভ কৰিছোঁ ৷ সকলোৰে কুশল-মংগল কামনা কৰি তেৰাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ ৷
September 8, 2021

আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত ভক্তিভৰা সেৱা জনাইছোঁ।

“শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু। তাহান্ত বিনাই নাহি নাহি নাহি আমাৰ পৰম গুৰু।।” আজি জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ পুণ্য তিৰোভাৱ তিথি উপলক্ষে তেৰাৰ শ্ৰীচৰণত […]
September 8, 2021

বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জনাইছোঁ।

বিশ্ববৰেণ্য শিল্পী, সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধা জনাইছোঁ। যুগনায়ক গৰাকীয়ে ভাষা-সাহিত্য, সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অতুলনীয় বৰঙণিয়ে […]