September 20, 2021

অসমীয়াৰ হিয়াৰ আমঠু প্ৰয়াত সংগীত শিল্পী জয়ন্ত হাজৰিকা দেৱৰ আজি ওপজা দিন।

“মোৰ মিনতি তৰা হয় যদিতোমাৰ আকাশ চুবমোৰ এই গানযদি ফুল হয়তোমাৰ বনত ৰ’ব..” প্ৰতিজন অসমীয়াৰ বুকুত আজিও বাজি থাকে এই গীত। সুৰেৰে, গীতেৰে, মাতেৰে চিৰদিন অসমীয়াৰ […]
September 20, 2021

জয়জয়তে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা সকলো দেশভক্তলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো।

জয়জয়তে স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা সকলো দেশভক্তলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছো। আজি সমগ্ৰ দেশৰ বাবে অসমবাসীয়ে গৌৰৱ কৰিব পৰা এটা ঐতিহাসিক দিন। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত […]
September 20, 2021

আজি তিনিচুকীয়া জিলা পৰিষদৰ সদস্য সকলৰ লগত মত বিনিময় কৰোঁ ৷

আজি তিনিচুকীয়া জিলা পৰিষদৰ সদস্য সকলৰ লগত মত বিনিময় কৰোঁ ৷ এই কাৰ্যসূচীত মোক সংগ প্ৰদান কৰে ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু চাবুৱাৰ বিধায়ক পোনাকন বৰুৱাই […]
September 20, 2021

আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

মহিলাসকলৰ সু-স্বাস্থ্য নিশ্চিতকৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ‘উজ্জ্বলা যোজনা’ আঁচনিয়ে দেশলৈ ন-পৰিৱৰ্তন আনি মহিলাসকলৰ আত্মনিৰ্ভৰশীলতাৰ দিশত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত খাদ্য, […]
September 20, 2021

আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখনি পৰ্যালোচনা সভা সম্বোধন কৰোঁ ৷

দেশৰ ভৱিষ্যৎ গ্ৰাম্য অৰ্থনীতিৰ ওপৰত নিৰ্ভৰশীল, ৰাজ্যখনৰ বিকাশৰ গতি তৰান্বিত কৰিবলৈ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি তোলাটো আমাৰ দায়িত্ব আজি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন […]