October 30, 2021আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বাঘমাৰা গড় বজাৰস্থিত বৃহৎ পৰিমাণৰ দুগ্ধ শীতলীকৰণ যন্ত্ৰটি (Bulk Milk Cooler) পৰিদৰ্শন কৰাৰ লগতে উৎপাদিত দুগ্ধৰ গুণগত মানদণ্ডৰ সম্পৰ্কে বুজ লওঁ ৷আজি পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত বাঘমাৰা গড় বজাৰস্থিত বৃহৎ পৰিমাণৰ দুগ্ধ শীতলীকৰণ যন্ত্ৰটি (Bulk Milk Cooler) পৰিদৰ্শন কৰাৰ লগতে উৎপাদিত দুগ্ধৰ গুণগত মানদণ্ডৰ সম্পৰ্কে বুজ লওঁ ৷ […]
November 2, 2021জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ানজল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান ঘৰুৱা টেপৰ সংযোগ ১/১১/২০২১ তাৰিখে ২,০০৪ বৰ্তমানলৈকে অসমত স্থাপিত মুঠ সংযোগ ১৫,৪৩,১৬৮ 𝐉𝐉𝐌 𝐃𝐚𝐢𝐥𝐲 𝐏𝐫𝐨𝐠𝐫𝐞𝐬𝐬 𝐂𝐥𝐨𝐜𝐤 𝐇𝐨𝐮𝐬𝐞𝐡𝐨𝐥𝐝 𝐓𝐚𝐩 𝐂𝐨𝐧𝐧𝐞𝐜𝐭𝐢𝐨𝐧 On […]
November 22, 2021মীন পালন আৰু পানী সংৰক্ষণৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাত সহযোগিতা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰমীন পালন আৰু পানী সংৰক্ষণৰ ব্যৱস্থাৰে স্বাৱলম্বী হোৱাত সহযোগিতা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত, গাঁও পঞ্চায়ত আৰু গ্ৰাম সভাই এক গুৰুত্বপূৰ্ণ ভূমিকা […]
November 25, 2021আজি গোৱালপাৰা সংমণ্ডলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থান ক্ষুদ্ৰ পানী যোগান’ আঁচনিখনৰ শুভ উদ্বোধন কৰি উৎসাহিত হৈছোঁ।আজি গোৱালপাৰা সংমণ্ডলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ‘শ্ৰীশ্ৰী সূৰ্য্য পাহাৰ মহাপীঠ স্থান ক্ষুদ্ৰ পানী যোগান’ আঁচনিখনৰ শুভ উদ্বোধন কৰি উৎসাহিত হৈছোঁ। গ্ৰামাঞ্চলৰ ঘৰে ঘৰে পৰ্যায়ক্ৰমে ‘জল […]
November 29, 2021মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা ‘প্ৰাৰ্থনা আঁচনি’ ৰ জৰিয়তে ২.৫০ লাখ টকাৰ চেক বিতৰণআজি বৰপেটাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সভাৰ যোগেদি ক’ভিডত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ নিকটাত্মীয়লৈ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই […]
December 1, 2021‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তিনিটা ভোটকেন্দ্ৰৰ ভোটাৰ সকলৰ এশ শতাংশ ক’ভিড-১৯ টিকাকৰণ সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিলোঁ‘হৰ ঘৰ দস্তক’ ৰ জৰিয়তে ধুবুৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত তিনিটা ভোটকেন্দ্ৰৰ ভোটাৰ সকলৰ এশ শতাংশ ক’ভিড-১৯ টিকাকৰণ সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিলোঁ আজি ধুবুৰী জিলাত ‘হৰ […]