September 27, 2021

হাইলাকান্দি জিলা প্ৰশাসনে হাইলাকান্দি জিলাৰ অন্তৰ্গত চাহ বাগান সমূহৰ বিনা বেতনধাৰী শ্ৰমিক সকলক জব কাৰ্ডৰ সৈতে সংযুক্ত কৰিছে ৷

ননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ উদ্যোগত চাহ বাগিছাৰ ব্যক্তি সকলকো জব কাৰ্ড দিয়াৰ কাৰণে নিৰ্দেশ দিয়াৰ লগতে হাইলাকান্দি জিলা প্ৰশাসনক চাহ বাগানৰ বিনা […]
September 27, 2021

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভাৰ নিৰ্বাচনত জয় লাভ কৰিছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই।

বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভাৰ নিৰ্বাচনত জয় লাভ কৰিছে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। এই শুভক্ষণত তেখেতক আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। বৰ্তমানলৈকে যি নিষ্ঠা আৰু সততাৰে […]
September 27, 2021

আজি হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিষদখনৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷

আজি হাইলাকান্দি জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিষদখনৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰোঁ ৷ এই কাৰ্যসূচীত মোৰ সৈতে হাইলাকান্দি জিলাৰ উপায়ুক্ত, জিলা পৰিষদ খনৰ মুখ্য […]
September 28, 2021

“ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় ৷”

#সুপ্ৰভাত#GoodMorning “ইতিবাচক দৃষ্টিভংগীয়ে মানুহৰ সপোন সাকাৰ কৰি তোলাত আটাইতকৈ বেছি ভূমিকা গ্ৰহণ কৰে। কাৰণ ইতিবাচক চিন্তাৰ পৰাই ইতিবাচক শক্তিৰ জন্ম হয় ৷” দুদিনীয়া বৰাক ভেলীৰ ভ্ৰমণসূচী […]
September 28, 2021

ভগত সিং, বিপ্লৱৰ অম্লান এটি নাম ৷ সাহস, বীৰত্ব, ত্যাগৰ অন্যতম প্ৰতিমূৰ্তি স্বৰূপ।

ভগত সিং, বিপ্লৱৰ অম্লান এটি নাম ৷ সাহস, বীৰত্ব, ত্যাগৰ অন্যতম প্ৰতিমূৰ্তি স্বৰূপ। বিপ্লৱী আদৰ্শৰ বহ্নিশিখা দেশৰ সৰ্বত্ৰে স্থাপন কৰি থৈ যোৱা ভাৰত মাতৃৰ অমৃত সন্তান […]
September 28, 2021

জীৱনৰ প্ৰকৃত সুন্দৰতা শিশুৰ মুখতেই প্ৰতিফলিত হয়।

জীৱনৰ প্ৰকৃত সুন্দৰতা শিশুৰ মুখতেই প্ৰতিফলিত হয়। “জলজীৱন মিছন” ৰ জৰিয়তে খোৱাপানী লাভ কৰি অকণিহঁতৰ মুখত বিয়পি পৰা সুখৰ হাঁহিয়ে মোক আনন্দিত কৰিছে। When the sparkle […]