September 29, 2021

“এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ ।”

#সুপ্ৰভাত#GoodMorning “এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ’বলৈ লাগে – অফুৰন্ত কৰ্ম শক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ ।” সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজি দিনটো […]
September 29, 2021

খোৱাপানীৰ ব্যৱস্থাই জনসাধাৰণৰ বহুখিনি কষ্ট লাঘৱ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে

খোৱাপানীৰ ব্যৱস্থাই জনসাধাৰণৰ বহুখিনি কষ্ট লাঘৱ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণক সকাহ দিয়াৰ স্বাৰ্থত নিৰৱচ্ছিন্ন প্ৰয়াস অব্যাহত ৰাখিছে আজি কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত জনস্বাস্থ্য আৰু কাৰিকৰী […]
September 29, 2021

দিনটোৰ দ্বিতীয় কাৰ্যসূচী ৰূপে আজি কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এখন পৰ্যালোচনা সভা সম্বোধন কৰোঁ।

দুুখীয়া ৰাইজৰ হিতৰ স্বাৰ্থত বিভিন্ন আঁচনি মুকলি কৰি কেন্দ্ৰ চৰকাৰে এক নতুন উন্নয়নৰ ধাৰা বোৱাবলৈ সক্ষম হৈছে। ৰাইজৰ প্ৰত্যাশা তথা আকাংক্ষা পূৰণেই হৈছে আমাৰ লক্ষ্য আৰু […]
September 29, 2021

ধেমাজি জিলালৈ গৈ থকা অৱস্থাত কামৰূপ জিলাৰ বিভিন্ন অংগনবাড়ী কেন্দ্ৰ, হস্পিতাল (CHC/PHC), জল জীৱন মিছন, প্ৰাথমিক বিদ্যালয় আৰু ক’ভিড টিকাকৰণ কেন্দ্ৰ পৰিদৰ্শন আদি মুঠ পাঁচখন আঁচনি পৰিদৰ্শন কৰোঁ।

বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে বিভিন্ন জনকল্যাণমুখী আঁচনিৰে জনসাধাৰণৰ কাষ চাপিবলৈ সক্ষম হৈছে ৷ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে আঁচনি সমূহ সঠিক […]
September 30, 2021

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত উপস্থিত থাকি অতিকৈ আনন্দিত হৈছোঁ ৷ আজি ৰাজ্যবাসীৰ বাবে […]