August 10, 2020

ঐতিহাসিক গণ আন্দোলনত আত্মবলিদান দিয়া প্ৰতিগৰাকী অসমৰ স্বতন্ত্ৰতা সেনানীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদিছোঁ৷

সমগ্ৰ ভাৰতবৰ্ষৰ বাবে “ভাৰত ত্যাগ আন্দোলন” এক ঐতিহাসিক ক্ষণ৷ জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনত সমগ্ৰ ভাৰতৰ লগতে অসমৰ চিৰনমস্য ব্যক্তিসকলে অংশগ্ৰহণ […]
August 10, 2020

মজুমদাৰ ডাঙৰীয়াৰ মাতৃৰ পুণ্য আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷

ধিং সমষ্টিৰ অন্তগৰ্ত নাম-দুমদুমীয়া ভকত গাওঁ স্থিত ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কাৰ্যকৰ্তা ৰঞ্জিৎ মজুমদাৰ দেৱৰ গৃহত আজি তেখেতৰ পৰম পূজনীয় মাতৃৰ বিয়োগৰ বাবে তথা আদ্য শ্ৰাদ্ধ […]
August 10, 2020

মাননীয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এতিয়া সমগ্ৰ দেশতে এক সৰবৰাহকাৰী ৰূপত থিয় দিছে ।

মাননীয় প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খনে এতিয়া সমগ্ৰ দেশতে এক সৰবৰাহকাৰী ৰূপত থিয় দিছে । বিশেষকৈ আমাৰ কৃষকসকলৰ প্ৰতি চৰকাৰ খনে অতি […]
August 10, 2020

ৰবিন্দ্র চৰকাৰ ডাঙৰীয়াৰ পূণ্য আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

ভাৰতীয় জনতা পাৰ্টিৰ উত্তৰ ধেমাজি গাওঁ পঞ্চায়তৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা ১০৭ নং বুথৰ প্রাক্তন বুথ সভাপতি ৰবিন্দ্র চৰকাৰ ডাঙৰীয়াৰ আকস্মিক বিয়োগৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে। তেখেতৰ […]
August 11, 2020

বীৰ শ্বহীদ প্ৰণয় কলিতাৰ দেৱৰ পবিত্ৰ স্মৃতিত সাত দিনৰ ভিতৰত নিৰ্মান সম্পূৰ্ণ হৈ উঠা প্ৰতিমূৰ্তি ভাগ আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰোঁ।

মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি নিজৰ প্ৰাণ বিৰ্সজন দিয়া অসম ৰাইফলছৰ হাবিলদাৰ তথা বজালীৰ ঘটবৰ সাদেৰী গাওঁৰ বীৰ শ্বহীদ প্ৰণয় কলিতাৰ দেৱৰ পবিত্ৰ স্মৃতিত সাত […]
August 11, 2020

স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, সাহিত্যিক, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা দেৱক তেখেতৰ স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ৷

স্বাধীনতা সংগ্ৰামী, সমাজসেৱক, সাহিত্যিক, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা দেৱক তেখেতৰ স্মৃতিদিৱসত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ৷