October 22, 2021Heartiest birthday greetings to Hon’ble Union Home Minister Shri Amit Shah Dangoria.Heartiest birthday greetings to Hon’ble Union Home Minister Shri Amit Shah Dangoria. May your dedication and leadership towards Jan Seva guide us & take Bharat Mata […]
October 22, 2021তামুলপুৰ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ সৈতে মত বিনিময় আৰু জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰতামুলপুৰ বজাৰত ক্ৰেতা-বিক্ৰেতাৰ সৈতে মত বিনিময় আৰু জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ আগন্তুক উপ-নিৰ্বাচন উপলক্ষে আজি তামুলপুৰ বিধানসভা সমষ্টিত বিজেপি, ইউপিপিএল আৰু অগপৰ সমৰ্থিত প্ৰাৰ্থী শ্ৰী […]
October 22, 2021আজি তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আস্থা ৰাখি তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈ বিপিএফ দলৰ প্ৰায় ২০ গৰাকী বিষয়ববীয়া আৰু সদস্যই ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত বিপিএফৰ বহুকেইগৰাকী বিষয়ববীয়া তথা সদস্যই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি দলৰ ভেঁটি শক্তিশালী কৰি তুলিলে আজি তামুলপুৰ বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ […]
October 22, 2021“কংগ্ৰেছ দলৰ কেৱল বক্তব্যৰহে প্ৰত্যাহ্বান, আচল ৰণক্ষেত্ৰত এইবোৰ একো নাই ৷ তামুলপুৰত বিৰোধী কোনো ফেক্টৰ নহয়, মিত্ৰজোঁটৰ বিজয় নিশ্চিত“কংগ্ৰেছ দলৰ কেৱল বক্তব্যৰহে প্ৰত্যাহ্বান, আচল ৰণক্ষেত্ৰত এইবোৰ একো নাই ৷ তামুলপুৰত বিৰোধী কোনো ফেক্টৰ নহয়, মিত্ৰজোঁটৰ বিজয় নিশ্চিত ৷”তামুলপুৰ বিধানসভা সমষ্টিত আগন্তুক উপ-নিৰ্বাচন উপলক্ষে চলি […]
October 23, 2021সকলোকে সুপ্ৰভাত জনাইছো ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ ৷#সুপ্ৰভাত#GoodMorning সকলোকে সুপ্ৰভাত জনাইছো ৷ আপোনালোক সকলোৰে কুশল হওঁক, মঙ্গল হওঁক তাৰেই কামনা কৰিছোঁ ৷ অসম বিধানসভাৰ উপ-নিৰ্বাচন সমাগত, তাৰবাবে প্ৰস্তুতিও যথেষ্ট কৰিবলগীয়া হৈছে ৷ সেয়েহে […]
October 23, 2021‘জল জীৱন মিছন’ ৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা হৈছে ৷‘জল জীৱন মিছন’ ৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত খোৱা পানীৰ টেপ সংযোগ প্ৰদান কৰা হৈছে ৷ আন আন ক্ষেত্ৰ সমূহৰ লগতে বৰ্তমানলৈকে অসমৰ ২৩,৫৯৩ খন বিদ্যালয় […]