November 2, 2021“প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে আশানুৰূপ ফল পাবা ৷”#সুপ্ৰভাত#GoodMorning “প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে আশানুৰূপ ফল পাবা ৷” সকলোকে এটি নতুন দিনৰ সম্ভাষণ জনাইছোঁ ৷ আপোনালোক সকলোৰে আজিৰ দিনটো মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ […]
November 2, 2021গণতন্ত্ৰত ৰাইজেই ৰজা – এই কথাটো আমি প্ৰত্যেকেই জানো ৷গণতন্ত্ৰত ৰাইজেই ৰজা – এই কথাটো আমি প্ৰত্যেকেই জানো ৷ ৰাইজৰ সক্ৰিয় সহযোগিতাৰ অবিহনে চৰকাৰ এখন বা বিভাগ এটা সুচাৰুৰূপে পৰিচালনা কৰাটো সম্ভৱ নহয় ৷ যদিহে […]
November 2, 2021আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ গৃহটিৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷আজি মোৰ নিজা সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ স্নাতকোত্তৰ গৃহটিৰ নিৰ্মাণৰ কাম শুভ উদ্বোধন কৰি অতিকৈ আনন্দিত হৈছোঁ ৷ এই গৃহটিয়ে ভৱিষ্যতে অঞ্চলটোৰ শিক্ষাৰ্থী […]
November 2, 2021মাখিবাহা ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫৪ তম্ তৰুণ দত্ত আৰু সতীশ হালৈ সোঁৱৰণী চলন্ত শ্বিল্ড – প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২১ ৰ আজি চূড়ান্ত খেলখনিৰ শুভ উদ্বোধন কৰি আনন্দিত হৈছোঁ ৷মাখিবাহা ক্ৰীড়া সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫৪ তম্ তৰুণ দত্ত আৰু সতীশ হালৈ সোঁৱৰণী চলন্ত শ্বিল্ড – প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা-২০২১ ৰ আজি চূড়ান্ত খেলখনিৰ শুভ উদ্বোধন […]
November 2, 2021ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰতি ৰাইজৰ অকুণ্ঠ স্নেহ আৰু আস্থাৰ প্ৰতিফলন এয়াভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰদলৰ প্ৰতি ৰাইজৰ অকুণ্ঠ স্নেহ আৰু আস্থাৰ প্ৰতিফলন এয়া সমাপন হৈ যোৱা উপ-নিৰ্বাচনত পাঁচোটা বিধান সভা সমষ্টি ক্ৰমে থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোঁসাইগাঁও, […]
November 2, 2021আজি টিহুৰ মাখিবাহা অঞ্চলত জল জীৱন মিছনৰ কাম পৰিদৰ্শন কৰোঁ ৷আজি টিহুৰ মাখিবাহা অঞ্চলত জল জীৱন মিছনৰ কাম পৰিদৰ্শন কৰোঁ ৷ সততে বহুতেই পাইপ বেয়া আৰু মাটি কমকৈ খুন্দা বুলি কয় ৷ সেয়েহে আজি মই নিজেই […]