November 4, 2021

আজি ২০১৯-২০ বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত নিৰ্মিত ২ লেনযুক্ত উৰণীয় সেঁতুৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছোঁ।

আজি ২০১৯-২০ বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত নিৰ্মিত ২ লেনযুক্ত উৰণীয় সেঁতুৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছোঁ। সেঁতুখনৰ উদ্বোধন কৰে ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী […]
November 5, 2021

আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জনাইছোঁ।

“অʼ ভাৰতৰে পঁজা ঘৰতনৈৰ পাৰতসোণ পথাৰতবাজক সুখৰ বাঁহীবাজক সুখৰ বাঁহী।” আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা, ভাৰতৰত্ন, সংগীতসূৰ্য ড° ভূপেন হাজৰিকা দেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা জনাইছোঁ। যুগনায়ক গৰাকীয়ে […]
November 5, 2021

জি গোৱালপাৰাত প্ৰাতঃভ্ৰমণৰ সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইটিমান নান্দনিক দৃশ্য কেমেৰাত আবদ্ধ কৰি ৰাখিলোঁ ।

#সুপ্ৰভাত#GoodMorning “মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ….” – ড° ভূপেন হাজৰিকা আজি গোৱালপাৰাত প্ৰাতঃভ্ৰমণৰ সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ কেইটিমান নান্দনিক দৃশ্য কেমেৰাত আবদ্ধ […]
November 5, 2021

“আদিগুৰু শঙ্কৰাচাৰ্যৰ দ্বাৰা কৰা তপস্যা ভাৰতীয় সংস্কৃতিৰ বৰ্তমান স্বৰূপত আজিও বিদ্যমান ৷

“আদিগুৰু শঙ্কৰাচাৰ্যৰ দ্বাৰা কৰা তপস্যা ভাৰতীয় সংস্কৃতিৰ বৰ্তমান স্বৰূপত আজিও বিদ্যমান ৷ এনে এক সংস্কৃতি যি আঁকোৱালি লয়, সকলোৰে লগত একেলগে আগবাঢ়ে ৷ এই সংস্কৃতিয়েই হৈছে […]
November 5, 2021

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ টুকুৰা হাদীগাঁও পানী যোগান আঁচনি খন পৰিদৰ্শন কৰোঁ ।

আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোৱালপাৰা সংমণ্ডলৰ টুকুৰা হাদীগাঁও পানী যোগান আঁচনি খন পৰিদৰ্শন কৰোঁ । পৰিদৰ্শন কালত এই আঁচনিৰ কাৰিকৰী দিশ তথা অন্যান্য বিভাগীয় কাম-কাজৰ বিষয়ে […]
November 5, 2021

জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান

জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান ঘৰুৱা টেপৰ সংযোগ ০৪/১১/২০২১ তাৰিখে ১,১১০ বৰ্তমানলৈকে অসমত স্থাপিত মুঠ সংযোগ ১৫,৪৯,৫৭৪ 𝐉𝐉𝐌 𝐃𝐚𝐢𝐥𝐲 𝐏𝐫𝐨𝐠𝐫𝐞𝐬𝐬 𝐂𝐥𝐨𝐜𝐤 𝐇𝐨𝐮𝐬𝐞𝐡𝐨𝐥𝐝 𝐓𝐚𝐩 𝐂𝐨𝐧𝐧𝐞𝐜𝐭𝐢𝐨𝐧 On […]