August 16, 2020সৰ্বকালৰ সৰ্বজনপ্ৰিয়,যুগদ্ৰষ্টা, দেশৰ ভূতপূৰ্ব প্ৰধান মন্ত্ৰী, অসম হিতৈষী “ভাৰত-ৰত্ন” অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।“বাধা আহে যদি আহিবলৈ দিয়া প্ৰলয়ৰ ক’লা ডাৱৰে ঘেৰিবলৈ দিয়া ভৰিৰ তলুৱাত অঙঠা থাকিলেও মূৰৰ ওপৰত অগনি বৰষিলেও নিজৰ হাতেৰেই হাঁহি হাঁহি জ্বলাব লাগিব নিজকে খোজ […]
August 16, 2020স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, সংগ্ৰামী যুঁজাৰু,বীৰ-বীৰাংগনাক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।স্বাধীনতা সংগ্ৰামৰ প্ৰতিগৰাকী বীৰ শ্বহীদ, সংগ্ৰামী যুঁজাৰু,বীৰ-বীৰাংগনাক স্বাধীনতা দিৱসৰ এই পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । তেখেত সকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদিছোঁ ৷ দেশৰ ৭৪সংখ্যক স্বাধীনতা […]
August 16, 2020দেশৰ আধুনিক ৰাজনীতিৰ এগৰাকী অন্যতম পথিকৃৎ,ভূতপূৰ্ব প্ৰধান মন্ত্ৰী, অসম হিতৈষী “ভাৰত-ৰত্ন” অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ স্মৃতি দিৱসত ভাৰতীয় জনতা পাৰ্টিৰ, বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত কাৰ্যকৰ্তা সকলৰ সৈতে বাজপেয়ী জীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পন আৰু বন্তি প্ৰজ্বলনৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ।দেশৰ আধুনিক ৰাজনীতিৰ এগৰাকী অন্যতম পথিকৃৎ,ভূতপূৰ্ব প্ৰধান মন্ত্ৰী, অসম হিতৈষী “ভাৰত-ৰত্ন” অটল বিহাৰী বাজপেয়ী দেৱক তেখেতৰ স্মৃতি দিৱসত ভাৰতীয় জনতা পাৰ্টিৰ, বৰপেটাৰোড নগৰ মণ্ডলৰ কাৰ্যালয়ত কাৰ্যকৰ্তা […]
August 17, 2020ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা প্ৰাপক, কালজয়ী শিল্পী, লোক গীতৰ সম্ৰাট খগেন মহন্ত দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।ফিল্ম ক্ৰাফট এৱাৰ্ড, সংগীত নাটক একাডেমি বঁটা প্ৰাপক, কালজয়ী শিল্পী, লোক গীতৰ সম্ৰাট খগেন মহন্ত দেৱক তেখেতৰ ওপজা দিনত আন্তৰিক শ্ৰদ্ধা তৰ্পণ কৰিছোঁ।
August 18, 2020শাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত যশৰাজ জীৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।শাস্ত্ৰীয় সংগীতৰ সাধক পণ্ডিত যশৰাজ জীৰ বিয়োগৰ খবৰে অতিকৈ মৰ্মাহত কৰিছে। প্ৰায় ৮০ বছৰজোৰা সংগীতৰ বৰ্ণিল জীৱনত তেখেতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটাৰ লগতে পদ্ম বিভূষণ সন্মানেৰেও সন্মানিত হৈছিল। […]
August 18, 2020শ্ৰদ্ধাৰ লক্ষ্যধৰ চৌধুৰী দেৱক তেখেতৰ স্মৃতি দিৱসত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ৷বিশিষ্ট সাহিত্যিক, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ তথা জনসাধাৰণৰ প্ৰতিনিধি ৰূপে অসম বিধানসভালৈ নিৰ্বাচিত হৈ শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাইজক সেৱা […]