November 15, 2021“যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।” ড° বাণীকান্ত কাকতি।“যিসকলে নিজৰ লক্ষ্য স্থিৰ ৰাখি কৰ্তব্যৰ পথত নীৰৱে আগবাঢ়ে তেওঁলোকেই সমাজৰ আৰু জগতৰ ভৱিষ্যত আশাৰ থল।” ড° বাণীকান্ত কাকতি। অসমীয়া ভাষা-সাহিত্যৰ একনিষ্ঠ সাধক তথা অসমীয়া ভাষাৰ […]
November 15, 2021হে শ্বহীদ প্ৰণামো তোমাকঅলপতে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত অসম ৰাইফলচৰ ওপৰত হোৱা উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাক্সা জিলাৰ থৈকাৰাকুছিস্থিত বাসগৃহত আজি উপস্থিত হৈ একাঁজলি […]
November 15, 2021আজি বজালী জিলা সত্ৰ মহাসভা আৰু ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ যৌথ উদ্যোগত ছৈবাৰী মহাপুৰুষীয়া সত্ৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা “সত্ৰীয়া সাংস্কৃতিক দিৱস” ত উপস্থিত থাকি আপ্লুত হ’লো ৷আজি বজালী জিলা সত্ৰ মহাসভা আৰু ছৈবাৰী মহাপুৰুষীয়া সত্ৰৰ যৌথ উদ্যোগত ছৈবাৰী মহাপুৰুষীয়া সত্ৰত জিলা ভিত্তিত অনুষ্ঠিত হোৱা “সত্ৰীয়া সাংস্কৃতিক দিৱস” ত উপস্থিত থাকি আপ্লুত হ’লো […]
November 16, 2021দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ সবল পদক্ষেপ, ধুবুৰী জিলাত নিলম্বিত কৰা হ’ল এজন খণ্ড উন্নয়ন বিষয়াকধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু প্ৰগ্ৰেম বিষয়া খাবীৰ উদ্দিন আহমেদে এমজিএনৰেগাৰ অধীনত বিভিন্ন অনিয়ম কৰাৰ অভিযোগৰ ভিত্তিত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ […]
November 17, 2021জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান” জল জীৱন মিছনৰ ঘৰে ঘৰে টেপ সংযোগে নিশ্চিত কৰিছে নিৰ্মল খোৱাপানীৰ যোগান” জল জীৱন মিছনৰ দৈনিক প্ৰগতিৰ খতিয়ান ঘৰুৱা টেপৰ সংযোগ ১৬/১১/২০২১ তাৰিখে ৪,৬৯১ বৰ্তমানলৈকে […]
November 17, 2021দেশৰ প্ৰগতি, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পদক্ষেপ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগিতাদেশ বা ৰাজ্য এখন প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাত মহিলা সকলৰ ভূমিকা অপৰিসীম ৷ মহিলা সবলীকৰণ অথবা স্বাৱলম্বিতাৰ জৰিয়তে দেশৰ প্ৰগতিৰ পথ ত্বৰান্বিত হয় ৷ এইক্ষেত্ৰত দেশৰ […]